ঐতিহাসিক কুজি সত্ৰত কেলিগোপাল নাট প্ৰদৰ্শন। সুন্দৰ নৃত্য-গীতে মোহিলে অগণন দৰ্শক
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ৰাস মহোৎসৱৰ উখল-মাখল পৰিবেশ ৷ ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে পাৰভগা আনন্দ-উছাহ ৷ ব্যতিক্ৰম নহয় মধ্য অসমৰ নগাঁও জিলাও ৷ জিলাখনৰ গাঁৱে-ভূঞে আজিও…